অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

পুনৰ মহানগৰীত চিকিৎসকৰ শিশু নিৰ্যাতনৰ ঘটনা, একেটা নিশাতে ৩ বাৰকৈ ধৰ্ষণ কৰা হয় দুই বনকৰা কিশোৰীক  

মানৱতাৰ স্মৰণ স্খলন

একেটা নিশাতে ৩ বাৰকৈ ধৰ্ষণ কৰা হয় দুই বনকৰা কিশোৰীক

সংগীতা-ৱালিউলৰ পাছত আন এগৰাকী চিকিৎসকৰ জঘন্য কাণ্ড

দুই বনকৰা কিশোৰীক বলপূৰ্বক ধৰ্ষণৰ অভিযোগ

ডাঃ ৰাজা দাসৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ অভিযোগ

ডাঃ ৰাজা দাসৰ ঘৰত বনকৰা হিচাপে আছিল ২ কিশোৰী

মহানগৰীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টত এই ঘটনা

চুবুৰীয়া ৰাজ্য অৰুণচলৰ পৰা আনিছিল ২ কিশোৰীক

কিশোৰী দুগৰাকীক অকৰ্থ্য নিৰ্যাতন চলোৱাৰ অভিযোগ

শনিবাৰে এপাৰ্টমেণ্টটোৰ পলাই আহে দুই কিশোৰী

মঠঘৰীয়া উৰণীয়া সেঁতুৰ তলত আইচক্ৰীম খাইছিল দুয়োৱে

আইচক্ৰীম ব্যৱসায়ীয়ে ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ

ইয়াৰ পিছতেই দুয়োৱে আশ্ৰয় লয় ফৰেষ্টগেটৰ এখন দোকানত

দোকানী ধীৰেণ মজুমদাৰে কিশোৰী দুগৰাকীক দিছিল অশ্লীল ইংগিত

দুই কিশোৰীয়ে অৱশেষত আশ্ৰয় লয় নাৰেংগীৰ বাবু বস্তিত

সন্ধানহীন কিশোৰী সন্দৰ্ভত এজাহাৰ ডাঃ ৰাজা দাসৰ

নুনমাটি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুয়োকে

সম্প্ৰতি ডাঃ ৰাজা দাস আৰু ধীৰেণ মজুমদাৰক গ্ৰেপ্তাৰ

আন দুই অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − fifteen =

Back to top button