অসমদৈনিক বাতৰি

আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। দিনৰ ১১ বজাত ঘোষণা হ’ব ফলাফল। ১১,৫১০টা পদৰ বাবে ঘোষিত ফলাফল ছেবাৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ’ব। ১১ মে’ত ৰাজ্য চৰকাৰে প্ৰদান কৰিব নিযুক্তি-পত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − fifteen =

Back to top button