Covid-19অসম

ৰাজ্যত পুনৰ ১০ দিনলৈ বৃদ্ধি সান্ধ্য আইন

কৰ’ণাৰ দ্বিতীয় লহৰ চহৰৰ পৰা ক্ৰমাৎ গ্ৰামাঞ্চলৈ সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পুনৰ ১০ দিনলৈ বৃদ্ধি সান্ধ্য আইন৷ একেদৰে ৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷

ৰাজ্যৰ গ্ৰামাঞ্চলত ২ বজাৰ পৰা সান্ধ্য আইন৷ এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

৫ জুনলৈ বাহাল থাকিব এই সান্ধ্য আইন৷

ক’ভিড পৰিস্থিতিৰ স্বাভাৱিক নোহোৱাৰ বাবে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button