অসম

ভ্ৰাম্যমাণৰ প্ৰথম অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য

অসমৰ বয়োজ্যেষ্ঠা চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য। ৯৩ বছৰীয়া অনুপমা ভট্টাচাৰ্যক মঙলবাৰে দিয়া হ’ল বিশেষ আৰ্থিক সাহায্য।

ৰাতিপুৱা ৯ বজাত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই দিয়ে এই বিশেষ আৰ্থিক সাহায্য। আমিও অনুপমা ভট্টাচাৰ্যৰ সুস্বাস্থ্য কামনা কৰিলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 13 =

Back to top button