অপৰাধগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰ চৰকাৰৰ ওপৰত খৰ্গহস্ত উচ্চতম ন্যায়ালয়, দুগৰাকী মহিলাক নগ্ন কৰা দেখি হতচকিত শীৰ্ষ আদালত

মণিপুৰ চৰকাৰৰ ওপৰত খৰ্গহস্ত উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে ৰুজু কৰিলে নিজাববীয়া গোচৰ

দুগৰাকী মহিলাক নগ্ন কৰা দেখি হতচকিত শীৰ্ষ আদালত

চৰকাৰক সৱিশেষ তথ্য দিয়াৰ নিৰ্দেশ CJIৰ

ইতিমধ্যে ঘটনাৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ

দোষীক কঠোৰ শাস্তিৰ কাঢ়া নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আদালতক ঘটনাৰ সৱিশেষ তথ্য যোগানৰ নিৰ্দেশ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.