leatest updateSocialঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

ক্ষিপ্ৰ গতিত চলিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত।

আজি লখিমপুৰলৈ যোৱাৰ সম্ভাৱনা CBIৰ এটা দল।

ক্ষিপ্ৰ গতিত চলিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। নগাঁৱৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছে CBIৰ দল। CIDৰ এজন পৰিদৰ্শক ৰাওনা নগাঁও আৱৰ্ত ভৱনলৈ তদন্তত CBIৰ দলক বিষয়াজনে সহায় কৰিব বুলি জানিবলৈ দিয়ে।

আজি লখিমপুৰলৈ যোৱাৰ সম্ভাৱনা CBIৰ এটা দল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.