অপৰাধঅসমঅসম আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে ভয়ংকৰ কূটাঘাত,প্ৰচণ্ড গুলীয়াগুলী

স্বাধীনতা দিৱসৰ পূৰ্বে ভয়ংকৰ কূটাঘাত l আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ l নতুনকৈ স্থাপন কৰা শিবিৰত আক্ৰমণআলফা, NSCNৰ l

তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰ সীমান্তত প্ৰচণ্ড গুলীয়াগুলী l সেনা শিবিৰত মৰ্টাৰেৰে আক্ৰমণ আলফা-NSCNৰ lপুৱতি নিশা ২.৩০ ‍‍বজাৰ পৰা প্ৰচণ্ড গুলীয়াগুলী l পুৱা ৫ বজালৈকে সংঘটিত হয় গুলীয়াগুলী l

ঘটনাস্থলীত প্ৰেৰণ দুখনকৈ এম্বুলেঞ্চ l

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + four =

Back to top button