অসমৰাজনৈতিক

সোমবাৰে বিজেপিত যোগদানৰ ঘোষণা ৰূপজ্যোতি কুৰ্মীৰ

বিধায়কৰ পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

আজি বিধায়কৰ পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰ ঘোষণা কৰিলে কুৰ্মীয়ে।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ৰূপজ্যোতি কুৰ্মীয়ে ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিলে। কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কুৰ্মীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.