leatest updateSocialঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰি

এজন আৰক্ষী বিষয়া আৰু এটা ভাইৰেল ফেচবুক পোষ্ট! কি আছে এই পোষ্টটোত…

'সিহঁতে যেতিয়া ৰাতি ৰাতি পঢ়ি আছিল, তেতিয়া তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা,

এটা ভাইৰেল ফেচবুক পোষ্ট। পোষ্টটো এজন আৰক্ষী বিষয়া বিক্ৰম বৰুৱাই নিজৰ ফেচবুক পেজত লিখিছে। পোষ্টটোত তেওঁ ৰীলছ বনোৱা ব্যক্তি সকলক উদ্দেশ্যিয়েই শ্বেয়াৰ কৰিছে। পোষ্টটো শ্বেয়াৰ কৰাৰ মাত্ৰকেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতো লোকে পোষ্টটোক সমৰ্থন জনোৱাৰ লগতে বহুতে সমালোচনা কৰাও দেখা গৈছে। কি আছে এই পোষ্টটোত।

 

আৰক্ষী উপপৰিদৰ্শক বিক্ৰম বৰুৱাই পোষ্টটোত লিখিছে, ‘সিহঁতে যেতিয়া ৰাতি ৰাতি পঢ়ি আছিল, তেতিয়া তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, meme share কৰি আছিলা, বাবু সোনা কৰি আছিলা। সিহঁতে যেতিয়া পুৱা 4-5 বজাত উঠি দৌৰিব গৈছিল তেতিয়া তুমি 10-11 লৈকে শুই আছিলা। যেতিয়া সিহঁতে চাকৰি পাইছে তুমি কোৱা পইচা দিলেহে চাকৰি
পাই। New trend বুলি আল-বাল ৰীল daily তুমি বনাবা আৰু সেই কম বয়সীয়া ডেকা – গাভৰু পুলিচ/ফৰেষ্ট অফিচাৰ বোৰে যেতিয়া ইউনিফৰ্ম যোৰ earn/deserve কৰি ৰীল বনাব তুমি ট্ৰল কৰিবা ” ৰীল বনাবলে হে ইউনিফৰ্ম পিন্ধিছে”
Hypocrisy ki bhi Sema hoti hain.

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.