leatest updateঅসমদৈনিক বাতৰিভাৰত

চন্দ্ৰজান-৩ সফল উৎক্ষেপনৰ বাবে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত পূজা অৰ্চনা।

সমগ্র দেশবাসীয়ে উৎসুকতাৰে অপেক্ষা কৰিছে এই অভিযানৰ মহেন্দ্ৰ ক্ষণলৈ।

চন্দ্ৰজান-৩ সফল উৎক্ষেপনৰ বাবে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত পূজা অৰ্চনা। হিন্দু ফেডাৰেচন নামৰ সংগঠনটোৱে পুৱাই ধূপ দ্বীপ জ্বলাই পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্ত লগতে ৱাৰ্ড কমিচনাৰ নৱাল কিশোৰ খাণ্ডেলিয়াই একেলগে আহি ঐতিহাসিক শিৱদৌলত প্ৰাৰ্থনা জনাই এই অভিযানৰ সফলতা কামনা কৰে।

সমগ্র দেশবাসীয়ে উৎসুকতাৰে অপেক্ষা কৰিছে এই অভিযানৰ মহেন্দ্ৰ ক্ষণলৈ। দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩। ভাৰতৰ বিজ্ঞানীসকলৰ এই সফলতাৰ বাবে প্ৰত্যেক জন দেশপ্ৰেমীক ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.