Educationঅপৰাধঅসম

মহানগৰীৰ অভিজাত হোলী চাইল্ড স্কুলত ছাত্ৰী নিৰ্যাতনৰ পিছত এইবাৰ ড্ৰাগছৰ বেহা!

ছাত্ৰী নিৰ্যাতনৰ পিছত এইবাৰ ড্ৰাগছৰ বেহা হোলী চাইল্ড স্কুলত!

ছাত্ৰী নিৰ্যাতনৰ পিছত এইবাৰ ড্ৰাগছৰ বেহা হোলী চাইল্ড স্কুলত! স্কুল বাছ চালকৰ হাতত ওলাল ড্ৰাগছৰ কণ্টেইনাৰ।

উল্লেখ্য় যে, চান্দমাৰি হোলী চাইল্ড স্কুলৰ বাছ চালকৰ হাতত উদ্ধাৰ হয় কণ্টেইনাৰ আৰু চিৰিঞ্জ। অভিভাৱকে হাতে লোতে ধৰে বাছ চালকজনক।

লগে লগে অভিভাৱকে চান্দমাৰি আৰক্ষীক গতাই দিয়ে চালকজনক। বাছ চালক নিতুমণি কলিতা পূৰ্বে চান্দমাৰি থানাৰ গাড়ী চলাইছিল বুলি জানিব পৰা গৈছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.