অৰ্থনৈতিকঅসমগুৱাহাটীস্বাস্থ্য

২০২১ত গুৱাহাটী মহানগৰীত সৰ্বাধিক বিক্ৰী হ’ল কনডম (Condom)! Winter Seasonত কনডমৰ বিক্ৰী আতাইতকৈ বেছি…

নেচনেল ফেমিলী হেলথৰ চাৰ্ভে অনুসৰি, ভাৰতবৰ্ষত প্ৰতি ১০ জন লোকৰ ভিতৰত কেৱল এজন লোকেহে ব্যৱহাৰ কৰে কনডম

২০২১ত উত্তৰ পূৱৰ ভিতৰতে সৰ্বাধিক কনডম (Condom) বিক্ৰী হ’ল গুৱাহাটী মহানগৰীত।

কনডম কোম্পানীৰ ডিষ্ট্ৰিবিউটৰে দিয়া তথ্য অনুসৰি, উত্তৰ-পূৱত প্ৰতিমাহে বিক্ৰী হোৱা গড় ৩০-৩৫ লাখ টকাৰ কনডমৰ ভিতৰত সৰ্বাধিক গুৱাহাটী মহানগৰীত প্ৰতিমাহে বিক্ৰী গড়ে ২০ৰ পৰা ২২ লাখ টকাৰ কনডম।

এই সন্দৰ্ভত গুৱাহাটীৰ এখন ফাৰ্মাচীৰ পৰা পোৱা তথ্য মতে, কনডমৰ ব্যবহাৰ যুৱচামৰ মাজত অঘিক। ঠাণ্ডাৰ দিন (Winter Season)ত বেছিকৈ বিক্ৰী হয় কনডম।

নেচনেল ফেমিলী হেলথৰ চাৰ্ভে অনুসৰি, ভাৰতবৰ্ষত প্ৰতি ১০ জন লোকৰ ভিতৰত কেৱল এজন লোকেহে ব্যৱহাৰ কৰে কনডম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.