অসমদৈনিক বাতৰিপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

বান পৰিস্থিতিৰ বাবে বাতিল ৰেলসেৱা! চাওক সৱিশেষ…

বান পৰিস্থিতিৰ বাবে ১১খন ৰে’লৰ যাত্ৰা আশিংকভাৱে বাতিল কৰাৰ লগতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা

ৰাজ্যত বান–ভূমিস্খলনৰ ভয়ংকৰ ৰূপ। ডিমা হাচাওৰ ভূমিস্খলনৰ বাবে ব্যাহত হৈ পৰিছে বহু ৰে’ল সেৱা। বান পৰিস্থিতিৰ বাবে ১১খন ৰে’লৰ যাত্ৰা আশিংকভাৱে বাতিল কৰাৰ লগতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা।

বাতিল হোৱা ৰে’লসমূহ ক্ৰমেঃ-
১. 15611 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ। ১৯, ২১মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
২. 15612 নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৮,২০ আৰু ২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
৩. 15615 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল। ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল ৰে’লখনৰ যাত্ৰা।
৪. 15616 নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল ৰে’লখনৰ যাত্ৰা।
৫. 20501 নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ বাতিল। ১৬ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
৬. 20502 নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ। ১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল ৰে’লখনৰ যাত্ৰা।
৭. 12516 নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছ বাতিল। ১৭ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
৮. 12515 নং কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছ বাতিল। ২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
৯. 15641 নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১০. 15642 নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল। ২২ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১১. 12503 নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ বাতিল। ১৭ আৰু ২৪ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১২. 12504 নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৩. 15626 নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ বাতিল। ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৪. 15625 নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছ বাতিল। ২৩ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৫. 15888 নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ বাতিল। ১৮ আৰু ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৬. 15887 নং বদৰপুৰ–গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ বাতিল। ১৮ আৰু ২১ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৭. 07030 নং চেকেন্দ্ৰাৰাবাদ–আগৰতলা এক্সপ্ৰেছ বাতিল। ১৬ মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
১৮. 07029 নং আগৰতলা–চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছ বাতিল। ২০ মে’ বাতিল ৰে’লখনৰ যাত্ৰা।

 

আনহাতে আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ হ’ল –
১. 13173 নং লামডিং–আগৰতলা অভিমুখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ।
২. 13174 নং আগৰতলা–লামডিং অভিমুখী শিয়ালদহ–কাঞ্চনজংঘা এক্সপ্ৰেছ।
৩. 13175 নং লামডিং–শিলচৰ অভিমুখী শিয়ালদহ– শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ।
৪. 13176 নং শিলচৰ–লামডিং অভিমুখী শিলচৰ–শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ।
৫. 12515 নং লামডিং–শিলচৰ অভিমুখী কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছ।
৬. 12508 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ থিৰুৱনন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ।
৭. 14620 নং গুৱাহাটী–আগৰতলা অভিমুখী ফিৰ’জপুৰ কেন্ট–আগৰতলা এক্সপ্ৰেছ।
৮. 14619 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–ফিৰ’জপুৰ কেন্ট এক্সপ্ৰেছ।
৯. 14037 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।
১০. 02383 নং গুৱাহাটী–আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।
১১.02984 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button