অসমচিকিৎসাসংগীতস্বাস্থ্য

গুৰুতৰভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা

সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন হৈ আছে বেজবৰুৱা

কেইবাদশক ধৰি সুৰীয়া কণ্ঠৰে অসমবাসীক মোহাচ্ছন্ন কৰি ৰখা জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা গুৰুতৰভাবে অসুস্থ। সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন হৈ আছে বেজবৰুৱা। ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈছে জনপ্ৰিয় শিল্পীগৰাকী।

বহু কালজয়ী গীতত কণ্ঠ নিগৰোৱা অপূৰ্ব বেজবৰুৱাৰ আশু আৰোগ্য কামনা কৰিছে গুণমুগ্ধই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button