Socialঅসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীভাৰতমনোৰঞ্জন

অপ্ৰতিৰোধ্য চুপাৰ ম’ম মেৰী কম

চেম্পিয়ন এম চি মেৰী কম

অপ্ৰতিৰোধ্য চুপাৰ ম’ম মেৰী কম৷
চলিত টকিঅ’ অলিম্পিকত মহিলাৰ ৫২ কেজি শাখাৰ ৰাউণ্ড ৩২ত জয়লাভ কৰি ৰাউণ্ড ১৬ত প্ৰৱেশ কৰে ৬ বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক মেডেলিষ্ট এম চি মেৰী কম৷
দেওবাৰে ডমিনিকান ৰিপাব্লিকৰ হেৰনাণ্ডেজ গাৰ্চিয়াক পৰাস্ত কৰি ৰাউণ্ড ১৬ত প্ৰৱেশ কৰে মেৰী কমে৷
আনহাতে, অহা ২৯ জুলাইত ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী কলোম্বিয়ান বক্সাৰ ইংগ্ৰিত ভেলেনচিয়াৰ মুখামুখী হ’ব মেৰী কম৷

অপ্ৰতিৰোধ্য চুপাৰ ম'ম মেৰী কম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + ten =

Back to top button