অপৰাধঅসম

নগাঁৱৰ দোকানত বিক্ৰী কৰি থকা অৱস্থাত গাঞ্জা জব্দ

নগাঁৱৰ কচুৱাত গাঞ্জা জব্দ। দোকানত বিক্ৰী কৰি থকা সময়তে কচুৱা তহলদাৰী এটা আৰক্ষী দলে গাঞ্জাসহ আটক কৰে চাইফুদ্দীন আহমেদ নামৰ লোকজনক।

চাইফুউদ্দীনে কচুৱা তিনিআলিৰ নিজ দোকানত বিক্ৰী কৰি আছিল গাঞ্জাখিনি। আটকাধীন লোকজনৰ দোকানৰ পৰা পুলিচে ৪৩ টা গাঞ্জা পেকেট আৰু ৫১৬ ডাল গাঞ্জা চিগাৰেট জব্দ কৰে।

দীৰ্ঘ দিন ধৰি অঞ্চলটোত চলাই আহিছে দুষ্কাৰ্য বেহা। ফলত এনেদৰে ড্ৰাগছ- গাঞ্জা ব্যৱসায়ীৰ বাবেই কচুৱা অঞ্চলটোৰ লগতে কামপুৰৰ একাংশ যুৱকে ড্ৰাগছ আৰু গাঞ্জা সেৱন কৰি জীৱন ধ্বংস কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.