Covid-19Government Schemeঅসমভ্ৰমণ

ধূপধৰা আৰক্ষীয়ে অহা বাটে উভটাই পঠিয়ালে এছ অ পি নমনা বাহনসমুহ

অস্থায়ী চেক পোষ্টত তালাচী অভিযান ধূপধৰা আৰক্ষীৰ

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়া আন্তঃজিলা যাতায়ত ব্যৱস্থাৰ ম্যদ পুণৰ বৃদ্ধি কৰা হ’ল। ইয়াৰ লগে লগে গোৱালপাৰা জিলা আৰু দক্ষিণ কামৰূপৰ সীমান্তৱৰ্তী এলেকা ধূপধৰাত আৰক্ষীয়ে বহুৱা অস্থায়ী চেক পোষ্টত অধিক কটকটীয়া কৰি তোলা হৈছে তালাচী অভিযান।

গোৱালপাৰা দক্ষিণ-কামৰূপ অভিমূখী প্ৰতিখন যান-বাহনত ধূপধৰা আৰক্ষীয়ে চলাইছে তালাচী অভিযান। কৰ’ণা কালত ৰাজ্য চৰকাৰৰ এছ অ পি অনুসৰি, আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত অনুমতি পত্ৰ নোহোৱাকৈ চলাচল কৰা বাহন সমুহ অহা বাটে উভটাই পঠিয়াইছে ধূপধৰা আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.