অপৰাধঅসম

ডবকাৰ মদাৰতলিত গাঞ্জা আৰু বিলাতী সুৰা বিচাৰি আৰক্ষীৰ অভিযান

ভূপেন হাজৰিকাৰ ঘৰত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা আৰু বিলাতী সুৰা

ডবকাৰ মদাৰতলিত গাঞ্জা আৰু বিলাতী সুৰা বিচাৰি আৰক্ষীৰ অভিযান।

ভূপেন হাজৰিকা নামৰ এজন লোকৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা আৰু বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে৷

  ডবকা আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ নেতৃত্বত অভিযান চলিছিল৷  ভুপেন হাজৰিকা নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে৷

  স্থানীয় ৰাইজৰ অভিযোগ মতে বহুদিনৰ পৰা চলি আছিল অবৈধ কাৰ্যকলাপ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.