আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

টকিঅ’ত জিলিকিব উত্তৰ-পূৰ্বাঞ্চলৰ মীৰাবাই সানু

টকিঅ'লৈ ৰাওনা হৈছে ভাৰতীয় মহিলা ভাৰত্তোলক মীৰাবাই সানু

টকিঅ’লৈ ৰাওনা হৈছে ভাৰতীয় মহিলা ভাৰত্তোলক মীৰাবাই সানু। টকিঅ’ মেট্ৰ’পলিটান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ বাবে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি টকিঅ’ত তিনিদিনৰ বাবে আইশ্ব’লেশ্বনত থাকিব খেলুৱৈগৰাকীসহ দলৰ আনকেইজন খেলুৱৈ।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানচাচ চহৰত প্ৰসিদ্ধ প্ৰশিক্ষক ড০ আৰণ হৰ্ছছিগৰ অধীনত প্ৰশিক্ষণ লৈ আছে ভাৰত্তোলক খেলুৱৈ মীৰাবাই সানুৱে। মীৰা বাই সানু হৈছে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ভাৰত্তোলক। মীৰাবাই সানুৰ অলিম্পিক গমনে এতিয়া আশাৰ ৰেঙণি কঢ়িয়াই আনিছে উত্তৰ-পূববাসীলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.