Covid-19ভাৰত

কৰ’না সংক্ৰমন হ্ৰাস পাইছে যদিও মৃত্যুৰ বিভিষীকা অব্যাহত আছে

দেশখনে এতিয়া কৰ’না  মহামাৰীৰ দ্বিতীয় ঢৌত কিছু সকাহ পোৱা দেখা গৈছে। কৰ’না  সংক্ৰমনৰ হাৰ দিনক দিনে দ্ৰুতগতিত হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে। তথাপিও কিন্তু মৃত্যুৰ বিভিষীকা অব্যাহত আছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি,  যোৱা ২৪ ঘণ্টাত দেশত ২.৫৭ লাখ নতুন কৰ’না  ৰোগী আক্ৰান্তৰ খবৰ পোৱা গৈছে। আনহাতে প্ৰাণ হেৰুৱাইছে ৪,১৯৪ জন ৰোগীয়ে।

এতিয়ালৈ দেশত মুঠ প্ৰাণ সংক্ৰমিত ৰোগীৰ সংখ্যা ২,৬২,৮৯,২৯০ লৈ বৃদ্ধি হৈছে। বৰ্তমানলৈ কৰ’নাৰ ২৯,২৩,৪০০ গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে ২,৩০,৭০,৩৬৫ জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২,৯৫,৫২৫ গৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.