অসমভাৰত

এতিয়াৰে পৰা টোলগেইটত দহ ছেকেণ্ডতকৈ বেছি সময় অপেক্ষা কৰিলে দিব নালাগে মাচুল

এতিয়াৰ পৰা আপুনি ৰাজ্যৰ টোলগেইটৰ সন্মুখেদি পাৰ হৈ গ’লে দহ ছেকেণ্ডতকৈ বেছি সময় অপেক্ষা কৰিলে দিব নালাগে মাচুল৷

দেশৰ টোলগেইটক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণে৷ বাহন চালক সকলে টোলগেইটত ১০০ মিটাৰ দৈঘ্যলৈকে শাৰী পাতিব পাৰিব৷ ইয়াৰ বেছি দৈঘ্যৰ হ’লে বিনামূলীয়াকৈ পাৰ হৈ যাব পাৰিব বাহনসমূহ৷

উল্লেখ্য যে,  টোলগেইট সমূহত ১০০ মিটাৰ দৈঘ্যলৈকে মাৰ্কলাইন দিব লাগিব৷ NHAI ৰ এই নতুন নিয়ম বলবৎ হ’ব সমগ্ৰ দেশত৷ অনাগত দহ বছৰলৈ এই নতুন নিয়ম প্ৰযোজ্য হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.