অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

চচলৰ ধৰ্ণাস্থলীত অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰীৰ প্ৰতিবাদ…

চচলৰ ধৰ্ণাস্থলীত অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰীৰ প্ৰতিবাদ।

২০১৭-১৮ চনৰ পদ প্ৰাদেশিকীকৰণৰ আইনৰ পূৰ্ণাংগ সংশোধনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত চচলৰ ধৰ্ণাস্থলীত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।

প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে মধ্যাহ্নভোজন পুনৰ বিতৰণ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, পৰ্টেলত মহাবিদ্যালয়সমূহ অন্তর্ভুক্তি কৰা, শিক্ষাসেতু পৰ্টেলত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক স্বীকৃতিপ্রাপ্ত কৰা আদি দাবীৰে সাব্যস্ত কৰে প্রতিবাদ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.