আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বমনোৰঞ্জন

অলিম্পিকত অন্তর্ভুক্ত হ’ব ক্রিকেট

পূর্বেও অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ দাবী উত্থাপন হৈছিল

অলিম্পিকত অন্তর্ভুক্ত ক্রিকেট।
আমেৰিকা যুক্তৰাষ্ট্রত যথেষ্ট সংখ্যক ক্রিকেট অনুৰাগী থকাৰ প্রতি লক্ষ্য ৰাখি লছ এঞ্জেলছত ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক হেঁচা দিব আই চি চিয়ে৷
আই চি চিৰ পৰৱর্তী এপেক্স কাউঞ্চিলৰ বৈঠকত বিষয়টো উত্থাপন হ’ব৷ আই চি চিৰ শীর্ষ বিষয়া গ্রেগ বার্কলেই মঙলবাৰে এক বিবৃতিত এই কথা প্রকাশ কৰিছে৷
উল্লেখ্য যে আই চি চিয়ে ইয়াৰ পূর্বেও অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক দাবী জনাইছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 7 =

Check Also
Close
Back to top button