Assamassam policeCity newsCMO AssamHimanta Biswa SarmaSocial

মহানগৰীৰ প্ৰতিঘৰতে QR কোড লগাব GMCএ; কিন্তু কিয়?

মহানগৰবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

মহানগৰবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

জাৱৰমুক্ত গুৱাহাটীৰ অভিযান GMCৰ

মহানগৰীৰ প্ৰতিঘৰতে QR কোড লগাব GMCএ

কোডত স্কেন কৰিব জাৱৰ সংগ্ৰকাৰী সংস্থাই

হোৱাটছএপযোগে নাগৰিকে দিব পাৰিব অভিযোগ

এই স্কেনাৰত পৰ্যায়ক্ৰমে সংলগ্ন হ’ব ঘৰৰ তথ্য

ভাৰাতীয়াৰ তথ্যও সংলগ্ন হ’ব এই স্কেনাৰত

প্ৰথম পৰ্যায়ত ১০টা ৱাৰ্ডত গ্ৰহণ কৰা হ’ব পদক্ষেপ

জাৱৰ ৰাজহুৱা স্থানত পেলোৱা লোকক কঠোৰ সকীয়নি

ৰাজহুৱা স্থানত জাৱৰ পেলালে শাস্তিমূলক ব্যৱস্থা GMCৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 17 =

Back to top button