অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মিজোৰামত অনা-মিজোৰ নিৰ্যাতন! শিলচৰত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী সভা

মিজোৰামত অনা-মিজোৰ নিৰ্যাতন!

শিলচৰত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী সভা।

ইয়ং মিজো এছ’চিয়েচন চমুকৈ YMA ক নিষিদ্ধ কৰাৰ দাবী।

১৫ মে’ৰ পৰা মিজোৰামত অনামিজোক উৎখাতৰ বাবে Young Mizo Association নামি পৰাৰ অভিযোগ ৷

মিজোৰামৰ ৰাজধানী চহৰ আইজলত থকা অনা-মিজো  ব্যৱসায়ীক আইজল এৰি যাৱলৈ নিৰ্দেশ দিছে YMA ই ৷

অনা-মিজো ব্যৱসায়ীক জাননী প্ৰদান কৰিছে YMAই ৷

চহৰখনত ইতিমধ্যে ৯১খন অনা-মিজো ব্যাবসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিছে সন্থাটোৱে ৷

মিজোৰামত হোৱা অনা মিজোৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰাকৰ বিভিন্ন দল সংগঠন ৷

ইতিমধ্যে YMA ৰ এই কাণ্ডক নিন্দা আৰু গৰিহণা জনাই কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে বিভিন্ন জনে।

মিজোৰামত অমিজোৰ নিৰ্যাতনৰ ঘটনা লৈ শনিবাৰে শিলচৰত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা।

লগতে অহা ১ জুলাইত এই ঘটনাৰ প্ৰতিবাদ জনাই মিজোৰাম আৱৰ্ত ভৱন ঘেৰাও কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button