অপৰাধঅসমদৈনিক বাতৰি

দেশ তথা ৰাজ্য কঁপোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ! ঘোষৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

দেশ তথা ৰাজ্য কঁপোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ! ঘোষৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰসংগঃ দেশ তথা ৰাজ্য কঁপোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ

ঘোষৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

ভুক্তভোগী পৰিয়ালৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

ঘোষ পৰিয়ালৰ একমাত্ৰ সদস্য অংকিতাৰ সৈতে বাৰ্তালাপ

অংকিতা ঘোষৰ পৰিয়ালক সমবেদনা মুখ্যমন্ত্ৰীৰ

শীঘ্ৰেই ঘটনাৰ উচিত তদন্তৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

দোষীক দিয়া হ’ব কঠোৰতম শাস্তি

শীঘ্ৰেই অভিযোগনামা দাখিল নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ আঁৰত আছিল লাভজেহাদ

অভিযুক্ত নাজিবুৰ ৰহমান আছিল ড্ৰাগ্ছ আসক্ত

অভিভাৱকে সন্তানৰ লগত সংস্কৃতিৰ কথা অৱগত কৰাওক

ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.