অসমগুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণৰাজনৈতিকসংস্কৃতিসাহিত্য

চৰাদেউত ইউনেস্কৰ প্ৰতিনিধি দল, উপস্থিত ইউনেস্কৰ প্ৰতিনিধি লিম চিং চিয়াং

চৰাদেউত ইউনেস্কৰ প্ৰতিনিধি দল

৩ দিনৰ বাবে চৰাইদেউলৈ আহিছিল দলটো

২০ৰো অধিক মৈদাম তথা চিহ্ন পৰিদৰ্শন

স্থানীয় খেতিয়কৰ কৃষি ভূমিও পৰিদৰ্শন দলটোৰ

আজি তৃতীয় তথা অন্তিম দিনৰ বাবে চৰাইদেউত উপস্থিত ইউনেস্কৰ প্ৰতিনিধি লিম চিং চিয়াং। চৰাইদেউত উপস্থিত হৈয়ে আজি প্ৰতিনিধি গৰাকীয়ে বাফাৰ জনৰ ৭৫৪.৫ হেক্টৰ ভূমিত থকা কুৰিটাৰো অধিক মৈদাম তথা অন্যান্য চিহ্ন পৰিদৰ্শন কৰিব। লগতে স্থানীয় খেতিয়কৰ বাৰীও পৰিদৰ্শন কৰিব প্ৰতিনিধি গৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 4 =

Back to top button