Social Networkজীৱনশৈলী

প্ৰেমিকাৰ বাবে পাগল প্ৰেমিক, প্ৰেমিকাৰ কথা মানি ৰাজহুৱা স্থানতে প্ৰেমিকে কৰিলে এই কাম…

১৭ ছেপ্টেম্বৰত পোষ্ট কৰা ফটোখনৰ যুৱতীগৰাকী হৈছে এগৰাকী TikTok User

প্ৰেমিকৰ পিঠিত বহি মোবাইল ফোনত ব্যস্ত সুন্দৰী প্ৰেমিকা। প্ৰেমিকাৰূপী এগৰাকী যুৱতীয়ে চকী হিচাপে ব্যৱহাৰ কৰিছে প্ৰেমিকৰ পিঠি। ৰাজহুৱা স্থানত এইদৰে প্ৰেমিকাৰ পিঠিত বহি মোবাইল টিপি থকা ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

শুকুৰবাৰে, জনপ্ৰিয় ইনষ্টাগ্ৰাম একাউন্ট SubwayCreatures’য়ে শ্বেয়াৰ কৰে এই ফটোখন। ফটোখন শ্বেয়াৰ কৰি SubwayCreatureয়ে এইদৰে লিখে, “And they say chivalry is dead.”

প্ৰেমিকাৰ বাবে পাগল প্ৰেমিক, প্ৰেমিকাৰ কথা মানি ৰাজহুৱা স্থানতে প্ৰেমিকে কৰিলে এই কাম...

 

১৭ ছেপ্টেম্বৰত পোষ্ট কৰা ফটোখনৰ যুৱতীগৰাকী হৈছে এগৰাকী TikTok User। TikTok User গৰাকী হৈছে @sti1es। ভাইৰেল হোৱা  ফটোখনে ইতিমধ্যে লাভ কৰিছে ১,৫৩,০০০ লাইক আৰু ২৫০০ কমেন্ট। হাত-ভৰি তললৈ দি যুৱকজনে চকীৰ দৰে থকা ফটোখন দেখি বহুতেই মন্তব্য কৰিছে। অৱশ্যে বহুতেই এই ফটোখনক লৈ ভাল কমেন্ট কৰিছে যদিও বহুতেই এই কামক অপ্ৰয়োজনীয় বুলি মন্তব্য কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + eighteen =

Back to top button