শ্ৰেণীবিহীন

আজি শিক্ষক দিৱস। প্ৰয়াত ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। দেশজুৰি উলহ-মালহেৰে পালন শিক্ষক দিৱস।

আজি শিক্ষক দিৱস। প্ৰয়াত ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন

আজি শিক্ষক দিৱস

প্ৰয়াত ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন

দেশজুৰি উলহ-মালহেৰে পালন শিক্ষক দিৱস

অসমতো শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বৰ্ণাঢ্য আয়োজন শিক্ষাৰ্থীৰ

শিক্ষক দিৱসক লৈ বিদ্যালয়ে বিদ্যালয়ে উছৱমুখৰ পৰিৱেশ

শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ অভিনৱ পদক্ষেপ

ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাব ৰাজ্যৰ ৪৩০ কৃতী শিক্ষাগুৰুক

৩৬গৰাকী শিক্ষকলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা ঘোষণা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.