শ্ৰেণীবিহীন

চৰাইদেউৰ সাপেখাতীত পুনৰ বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ চাৰিজন লোক

চৰাইদেউৰ সাপেখাতীত পুনৰ বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ চাৰিজন লোক

চৰাইদেউৰ সাপেখাতীত পুনৰ বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ চাৰিজন লোক৷ আটাইয়ে চিকিৎসাধীন ৷ সাপেখাতীৰ পশ্চিম নলবৰীয়াত সংঘটিত হৈছে এই ঘটনা ।

গুৰুতৰভাৱে অসুস্থ কামিং তামাং নামৰ ব্যক্তিজনক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰাৰ লগতে জাগু হেমৰম, ধনদ’ল ভূমিজ আৰু দিপাং তামাং নামৰ আন তিনিজনক ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ বনৰীয়া কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈছে এই চাৰিজন ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.