অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীবিশ্বভাৰত

মেকুৰী পোহা সকললৈ সতৰ্কবাণী বিজ্ঞানীৰ, চাইপ্ৰাছ দ্বীপৰ পৰিস্থিতিক লৈ সাৱধান হোৱাৰ আহ্বান

মেকুৰী পোহা সকললৈ সতৰ্কবাণী বিজ্ঞানীৰ

এবিধ নতুন ক’ৰোনা ভাইৰাছৰ প্ৰজাতিক লৈ সতৰ্কবাণী

চাইপ্ৰাছ দ্বীপৰ পৰিস্থিতিক লৈ সাৱধান হোৱাৰ আহ্বান

হাজাৰ হাজাৰ মেকুৰীৰ মৃত্যু হৈছে চাইপ্ৰাছ দ্বীপত

মেকুৰীৰ মৃত্যুৰ মূল কাৰণ এবিধ নতুন উৎপৰিৱৰ্তিত ক’ৰোনা ভাইৰাছ

ভিন্ন জীৱ-জন্তুৰ মাজত ক’ৰোনাৰ সংক্ৰমণৰ স্পষ্ট নজিৰ

বায়’ আৰ এক্স ফাইভ গৱেষণা জাৰ্নেলত সৱিশেষ প্ৰকাশ

ছায়েন্স জাৰ্নেলতো সতৰ্কবাণী বিজ্ঞানী মহলৰ

কুকুৰক সংক্ৰমিত কৰা প্ৰজাতিৰ মেকুৰীৰ দেহত উৎপৰিৱৰ্তন। ক্ৰমান্বয়ে চাইপ্ৰাছৰ পৰা অন্য দেশলৈও বিয়পিছে এই সংক্ৰমণ। কুকুৰৰ পৰা মেকুৰীলৈ সংক্ৰমণ সম্ভৱ হোৱাটোৱেই শংকাৰ কাৰণ। মেকুৰী অধিক সময় মানুহৰ সংস্পৰ্শত থাকে। মেকুৰীৰ পৰাও মানুহৰ দেহলৈও সংক্ৰমিত হোৱাৰ সম্ভাৱনা স্পষ্ট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.