আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৬ গৰাকী পেৰাচ্যুট জাম্পাৰে…

L-410 বিমানখনে দেওবাৰে পুৱা ৯.২৩ বজাত ৰাছিয়াৰ তাতাৰস্তানৰ ওপৰেদি উৰণ আৰম্ভ কৰোতেই এই দুৰ্ঘটনা সংঘটিত হয়।

ৰাছিয়াত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দেওবাৰে ৰাছিয়াৰ মেঞ্জেলিন্সকত এখন L-410 বিমান দুৰ্ঘটনা পতিত হয়।

বিমানখনে কঢ়িয়াই নিছিল২৩ জন পেৰাচ্যুট জাম্পাৰৰ এটা দল। L-410 বিমানখনে দেওবাৰে পুৱা ৯.২৩ বজাত ৰাছিয়াৰ তাতাৰস্তানৰ ওপৰেদি উৰণ আৰম্ভ কৰোতেই এই দুৰ্ঘটনা সংঘটিত হয়।

বিমান দুৰ্ঘটনাৰ ফলত বিমানখনত থকা ১৬ জন লোকৰ ততালিকে মৃত্যু হয়। পৰৱৰ্তী সময়ত বিমানৰ ভগ্নাংশৰ পৰা সাতজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.