Socialজম্মু-কাশ্মীৰজীৱনশৈলীপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন! দুদিনৰ বাবে সতৰ্কতা জাৰি কাশ্মীৰত

ৰুষ্ট প্ৰকৃতি! হাহাকাৰ মানৱৰ! প্ৰৱল বিষ্টিপাত আৰু তুষাৰপাতত কাশ্মীৰত স্তব্ধপ্ৰায় জনজীৱন।

ৰুষ্ট প্ৰকৃতি! হাহাকাৰ মানৱৰ! প্ৰৱল বিষ্টিপাত আৰু তুষাৰপাতত কাশ্মীৰত স্তব্ধপ্ৰায় জনজীৱন।

শুক্ৰবাৰে নিশাৰ পৰা জম্মু আৰু কাশ্মীৰত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত। দুদিন ধৰি দক্ষিণ আৰু মধ্য কাশ্মীৰত অঞ্চলভেদে অব্যাহত আছে মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৃষ্টিপাত। প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে জম্মু আৰু কাশ্মীৰৰ যাতায়াত।

আইএমডিয়ে পৰৱৰ্তী দুদিনৰ বাবে ২৩ আৰু ২৪ অক্টোবৰত জম্মু, কাশ্মীৰত সতৰ্কতা জাৰি কৰিছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমুহৰ বাবে বতৰ বিভাগে জাৰি কৰিছে এই বিশেষ পৰামৰ্শ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.