অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

এয়াৰ হোষ্টেজক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত শিলচৰ কৈৱৰ্ত পৰিষদৰ নেতা সুজিত দাস চৌধুৰীসহ ১০জনকৈ সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

এয়াৰ হোষ্টেজক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ শিলচৰ কৈৱৰ্ত পৰিষদৰ নেতা সুজিত দাস চৌধুৰীসহ ১০জনকৈ সংগঠনৰ সদস্যৰ।

বিমান ট্ৰেক অফ কৰাৰ সময়তেই ম’বাইল ফোন ব্যৱহাৰত বাধা দিয়াৰ বাবেই দুৰ্ব্যৱহাৰ কৰিছিল সংগঠনটোৰ সদস্যকেইজনে।

শিলচৰ-কুম্ভিৰগ্ৰাম বিমান বন্দৰত শিলচৰ-কলকাতা ALLIANCE AIRLINESত সংঘটিত হয় এই ঘটনা।

সুজিত দাসৰ কাণ্ড দেখি বিমানৰ কেপ্টেইনে আইন ভংগৰ লগতে এয়াৰ হোষ্টেজক দুৰ্ব্যৱহাৰ কৰাৰ বাবে সুজিত দাসক Disruptive Passenger ঘোষণা কৰি নমাই দিয়ে বিমানৰ পৰা।

ঘটনাৰ পাছত বিমানবন্দৰ কৰ্তৃপক্ষই সুজিতসহ ১০জন সহযোগীক চমজাই দিয়ে আৰক্ষীৰ হাতত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button