পৰিৱেশবতৰবিজ্ঞানবিশ্ব

২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ

এতিয়াৰে পৰা মাত্ৰ ৯ দিনৰ পিছত হ'ব এই সূৰ্যগ্ৰহণ

Solar Eclipse 2021:
২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ। এতিয়াৰে পৰা মাত্ৰ ৯ দিনৰ পিছত অৰ্থাৎ ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই সূৰ্যগ্ৰহণ। পুৰ্ণ নহয় যদিও আংশিকভাৱে হ’ব এই সুৰ্যগ্ৰহণ।

সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰৰ পুৱা ১০.৫৯ বজাত আৰম্ভ হ’ব আৰু আবেলি ৩.৭ বজালৈকে চলিব।


বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰ, শনিবাৰে হ’ব। এই দিনটো কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত পৰিব।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

nineteen + eighteen =

Back to top button