পৰিৱেশবতৰবিজ্ঞানবিশ্ব

২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ

এতিয়াৰে পৰা মাত্ৰ ৯ দিনৰ পিছত হ'ব এই সূৰ্যগ্ৰহণ

Solar Eclipse 2021:
২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ। এতিয়াৰে পৰা মাত্ৰ ৯ দিনৰ পিছত অৰ্থাৎ ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই সূৰ্যগ্ৰহণ। পুৰ্ণ নহয় যদিও আংশিকভাৱে হ’ব এই সুৰ্যগ্ৰহণ।

২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ

সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰৰ পুৱা ১০.৫৯ বজাত আৰম্ভ হ’ব আৰু আবেলি ৩.৭ বজালৈকে চলিব।

২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ
বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰ, শনিবাৰে হ’ব। এই দিনটো কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত পৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − six =

Back to top button