অসমগুৱাহাটীবিশ্বভাৰত

স্নেহ বন্ধন অনাথ আশ্ৰমত উলাহ মালহেৰে পালন শিক্ষক দিৱস

দিনযোৰা কাৰ্যসূচীৰে স্নেহ বন্ধনত পালন শিক্ষক দিৱস

সমগ্ৰ দেশৰ লগতে মহানগৰীৰ বেলতলাস্থিত স্নেহ বন্ধন অনাথ আশ্ৰমতো উলাহ মালহেৰে পালন কৰা হয় শিক্ষক দিৱস।

স্নেহ বন্ধনৰ অনাথ শিশু সকলে শিক্ষক শিক্ষয়ত্ৰীসকলৰ আগত নৃত্য, গীত, নাটক প্ৰদৰ্শন কৰে। শিশু সকলৰ বাৰেৰহনীয়া সাংস্কৃতিক নৃত্যই সকলোৰে মন আপ্লুট কৰি যায়।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় স্নেহ বন্ধন অনাথ আশ্ৰমৰ কাৰ্যসূচী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.