অপৰাধঅসমঅসম আৰক্ষী

গ্ৰেপ্তাৰ হ’ব নেকি SI জোনমণি ৰাভা?

কলিয়াবৰলৈ তাৎক্ষণিক বদলি জোনমণি ৰাভাক

◾বিতৰ্কিত SI জোনমণি ৰাভাক বদলি

◾কলিয়াবৰলৈ তাৎক্ষণিক বদলি জোনমণি ৰাভাক

◾শীঘ্ৰে গ্ৰেপ্তাৰো হ’ব পাৰে SI জোনমণি ৰাভা

◾গড়মূৰ থানাত গোচৰ ৰুজু জোনমণি ৰাভাৰ বিৰুদ্ধে

◾ঠিকাদাৰৰ পৰা ধনদাবী গোচৰত সাঙোৰ খাইছিল নাম

◾ভাইৰেল হৈছিল জোনমণি ৰাভাৰ ফোন ৰেকৰ্ডিং

◾ভাবী স্বামীৰ জৰিয়তে ধন দাবী কৰাৰ অভিযোগ

◾ভাবী স্বামীক গ্ৰেপ্তাৰ কৰি শিৰোনামলৈ আহিছিল ৰাভা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button