অপৰাধঅসমঅসম আৰক্ষী

গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত প্ৰদীপ দত্ত ৰয়

BDFৰ মুৰব্বী আছিল প্ৰদীপ দত্ত ৰয়

◾ গ্ৰেপ্তাৰ কৰা হ’ল প্ৰদীপ দত্ত ৰয়ক

◾ BDFৰ মুৰব্বী আছিল প্ৰদীপ দত্ত ৰয়।

◾ কাছাৰৰ আৰক্ষী অধীক্ষকৰ জেৰাৰ অন্তত কৰা হয় গ্ৰেপ্তাৰ

◾ পুৱাৰে পৰা প্ৰদীপ দত্তক জেৰা কৰিছিল SP, DSPয়ে

◾ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নিৰ পিছতেই কৰা হয় গ্ৰেপ্তাৰ।

◾ গ্ৰেপ্তাৰ সন্দৰ্ভত এতিয়াও কোনা ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eleven =

Back to top button