অসমৰাজনৈতিক

আজি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

৪ জিলাৰ ২১টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

◾ আজি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

◾ ৫ জিলাৰ ২২টা সমষ্টিত ঠেঙাল কছাৰীৰ নিৰ্বাচন

◾ ৪ জিলাৰ ২১টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

◾ ধেমাজিৰ ৰূপহীগড়াত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ

◾ জয়লাভ বিজেপি প্ৰাৰ্থী ৰাজু শইকীয়াৰ

◾ ৫৮ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে

◾ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ

◾ গোলাঘাট, লখিমপুৰ, চৰাইদেউ আৰু যোৰহাটত নিৰ্বাচন

◾ ২৪ জানুৱাৰীত হ’ব ভোটগণনা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button