অপৰাধদুৰ্ঘটনাভাৰত

শ্বেহনাজ গিলৰ পিতৃক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ..

আক্ৰমণত সন্তোখ সিঙৰ গাড়ীত চাৰিটা গুলী লাগে

শ্বেহনাজ গিলৰ পিতৃক দুৰ্বিত্তৰ আক্ৰমণ। দুই অচিনাক্ত শ্বেহনাজ গিলৰ পিতৃক প্ৰাণে মৰাৰ চেষ্টা শ্বেহনাজ গিলৰ পিতৃ সন্দোখ সিং সুখক।
অভিনেত্ৰীগৰাকীৰ পিতৃ সন্তোখ সিং শনিবাৰে নিশা প্ৰায় ৮ মান বজাত সুখে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অমৃতসৰৰ পৰা ব্য়াসলৈ উভতি অহা সময়তে এখন বাইকত অহা দুই দুৰ্বৃত্তই সন্দোখ সিং সুখলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

এই আক্ৰমণত সন্তোখ সিঙৰ গাড়ীত চাৰিটা গুলী লাগে যদিও অভিনেত্ৰী শ্বেহনাজ গিলৰ দেহৰক্ষীয়ে তেওঁক ৰক্ষা কৰাৰ বাবে আগবাঢ়ি অহাত পলায়ন কৰে দুৰ্বৃত্তই। ঘটনাৰ সম্পৰ্কে লগে লগে আৰক্ষীক অৱগত কৰা হয়। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.