আন্তঃৰাষ্ট্ৰীয়

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পুনৰ আহিল দুঃখবৰ, ইউক্ৰেইনত মৃত্যু দ্বিতীয়জন ভাৰতীয় ছাত্ৰৰ…

বুধবাৰে, ব্ৰেইন ষ্ট্ৰোক হৈ ইউক্ৰেইনৰ এখন জৰুৰীকালীন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰজনে

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পুনৰ আহিল কোনেও নিবিচৰা এটা দুঃখবৰ। দুদিনত ইউক্ৰেইনত মৃত্যু দ্বিতীয়জন ভাৰতীয়ৰ। মৃত্যুক সাৱটিলে পঞ্জাৱৰ ২২ বছৰীয়া চন্দন জিণ্ডালে।

বুধবাৰে, মৃত্যুবৰণ কৰা চন্দনে ইউক্ৰেইনৰ Vinnytsia National Pyrogov, Memorial Medical Universityত অধ্যয়ন কৰি আছিল। বুধবাৰে, ব্ৰেইন ষ্ট্ৰোক হৈ ইউক্ৰেইনৰ এখন জৰুৰীকালীন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰজনে। এতিয়া পুত্ৰৰ মৃতদেহটো ঘৰলৈ উভতাই অনাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাইছে চন্দনৰ পিতৃয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.