অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ

উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ

◾পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰৰ ঘটনা

◾উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ

◾মৃত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই

◾ঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষী

◾মানসিক বিকাৰগ্ৰস্ত আছিল লোকজন

◾সেঁতুৰ তলত বাস কৰিছিল লোকজনে

◾বহুদিন ধৰি উলুবাৰীত ঘূৰি ফুৰিছিল লোকজন

◾মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.