AssamCity newsnationalweatherঅসমগুৱাহাটীদৈনিক বাতৰিবতৰবিশ্বভাৰত

উৎকট গৰমৰ পৰা সকাহ দিবলৈ আহি আছে ‘ৰেমল’, নিশা আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ৰেমল’……

উৎকট গৰমৰ পৰা সকাহ দিবলৈ আহি আছে ‘ৰেমল’

আজি নিশা আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ৰেমল

বাংলাদেশৰ উপকূলত খুন্দিয়াব ঘূৰ্ণী বতাহ ৰেমলে

ৰেমলৰ বেগ ঘণ্টাত ১৩৫ কিঃমিঃ

ৰেমলৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত

অসমতো এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰাৰ আশংকা

ৰেমলৰ বাবে অসমত হ’ব পাৰে মূষলধাৰ বৰষুণ, ধুমুহা

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.