অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
ৰাজীৱ ভৱনত কংগ্ৰেছৰ মৌন প্ৰতিবাদ, SI জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত এই প্ৰতিবাদ

ৰাজীৱ ভৱনত কংগ্ৰেছৰ মৌন প্ৰতিবাদ
SI জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী
![]()
মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ
SP লীনা দলেক তদন্তৰ আওতালৈ অনাৰ দাবী
বিধায়ক অমিত ভূঞাকো তদন্তলৈ অনাৰ দাবী কংগ্ৰেছৰ
