Internationalleatest updatePMo indiaSocial

ভাৰত-কাটাৰ দ্বিপাক্ষিক সম্পৰ্কত সংঘাত; ৮ প্ৰাক্তন ভাৰতীয় নৌসেনাক মৃত্যুদণ্ড কাটাৰৰ আদালতৰ

২০২২ চনৰ পৰা কাটাৰৰ পোতাশালত বন্দী ৮ ভাৰতীয়

ভাৰত-কাটাৰ দ্বিপাক্ষিক সম্পৰ্কত সংঘাত
৮ প্ৰাক্তন ভাৰতীয় নৌসেনাক মৃত্যুদণ্ড কাটাৰৰ আদালতৰ
আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মহলত জোকাৰণি
২০২২ চনৰ পৰা কাটাৰৰ পোতাশালত বন্দী ৮ ভাৰতীয়
ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত বন্দী
এবছৰে অত্যন্ত গোপনে চলিছিল বিচাৰ প্ৰক্ৰিয়া
বিশ্বই ঘূণাক্ষৰেও উৱাদিহ নাপালে বিচাৰ প্ৰক্ৰিয়াৰ
বৃহস্পতিবাৰে আদালতৰ চূড়ান্ত ৰায়
মৃত্যুদণ্ডৰে দণ্ডিত বন্দী ৮ প্ৰাক্তন ভাৰতীয় নৌসেনাক
কাটাৰৰ পদক্ষেপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতত
সতৰ্কতাৰে আগবাঢ়িছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়
কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য দিয়াৰ পৰা বিৰত এই মুহূৰ্তত
কূটনৈতিক স্তৰত প্ৰচেষ্টা আৰম্ভ কৰিছে ভাৰত চৰকাৰে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.