জীৱনশৈলীমনোৰঞ্জন

এইয়া প্ৰেম উদযাপনৰ সৰ্বশ্ৰেষ্ঠ সময়, পিছে আপুনি জানেনে আজি কি ডে?

ইতিমধ্যে আৰম্ভ হৈছে ভেলেণ্টাইন সপ্তাহ। ৭ ফেব্ৰুৱাৰীত ৰ'জ দিৱসৰ সৈতে আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱসৰ সৈতে সমাপ্ত হয় প্ৰেমৰ সপ্তাহ। এই ভেলেণ্টাইন সপ্তাহটো হৈছে প্ৰেম উদযাপন কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়।

ভেলেণ্টাইন দিৱস সন্মুখত। ইতিমধ্যে আৰম্ভ হৈছে ভেলেণ্টাইন সপ্তাহ। ৭ ফেব্ৰুৱাৰীত ৰ’জ দিৱসৰ সৈতে আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱসৰ সৈতে সমাপ্ত হয় প্ৰেমৰ সপ্তাহ। এই ভেলেণ্টাইন সপ্তাহটো হৈছে প্ৰেম উদযাপন কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়।

সোমবাৰে হৈ যোৱা ‘ৰ’জ ডে’ৰ পাছত আজি ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিন আৰু এই দিনটো প্ৰস্তাৱ দিৱস হিচাপে পালন কৰা হয়। আজি ল’ৰা আৰু ছোৱালীয়ে ইজনে সিজনক প্ৰেমৰ প্ৰস্তাৱৰ দিন। আজিৰ দিনটোত হৃদয়ত বিশেষ স্থান দখল কৰা লোকসকলক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।

যাক আপুনি দীৰ্ঘদিন ধৰি প্ৰস্তাৱ দিবলৈ অপেক্ষা কৰি আছিল আজিৰ দিনটোত দিব পাৰে প্ৰেমৰ প্ৰস্তাব। আজিৰ দিনটোত আপুনি প্ৰেম নিবেদন কৰিলে আপোনাৰ প্ৰেমৰ প্ৰস্তাব নিশ্চিতভাবে স্বীকাৰ কৰি লোৱাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.