অসমবতৰ

প্ৰৱল বৃষ্টিপাতৰ আগজাননী! অহা দুদিনত অসমত হ’ব নেৰানেপেৰা বৰষুণ

উল্লেখ্য যে, ঘূৰ্ণীবতাহ আৰু আৰৱ সাগৰ আৰু বংগোপসাগৰৰ বতাহৰ সঙ্গমৰ ফলত উত্তৰ পশ্চিম, মধ্য আৰু পূৱ ভাৰতৰ কিছু অংশত বতাহৰ সৃষ্টি হৈছে।

প্ৰৱল বৃষ্টিপাতৰ সন্মুখীন হ’ব অসমবাসী। আগন্তুক দুদিনত উত্তৰ-পূবত হ’ব নেৰানেপেৰা বৰষুণ।

ভাৰতীয় বতৰ বিজ্ঞানকেন্দ্ৰৰ তথ্য অনুসৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা ১২ জানুৱাৰী আৰু ১৩ জানুৱাৰীত হ’ব বৰষুণ। আনকি আজিৰ পৰা ১৩ তাৰিখলৈকে চুবুৰীয়া ৰাজ্য অৰুণাচলত হ’ব তুষাৰপাত।

উল্লেখ্য যে, ঘূৰ্ণীবতাহ আৰু আৰৱ সাগৰ আৰু বংগোপসাগৰৰ বতাহৰ সঙ্গমৰ ফলত উত্তৰ পশ্চিম, মধ্য আৰু পূৱ ভাৰতৰ কিছু অংশত বতাহৰ সৃষ্টি হৈছে। ফলস্বৰূপে, ১১ জানুৱাৰীলৈকে পশ্চিম হিমালয় অঞ্চলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.