অৰ্থনৈতিকভাৰত

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে এইবাৰ কংগ্ৰেছৰ ৫ দিনীয়া প্ৰতিবাদ

বৰ্দ্ধিত মূল্যই কোঙা কৰি পেলাইছে জনসাধাৰণক

দেশত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। বৰ্দ্ধিত মূল্যই কোঙা কৰি পেলাইছে জনসাধাৰণক। বহু দল-সংগঠনে ইতিমধ্যে প্ৰতিবাদো সাব্যস্ত কৰিছে।

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে বিৰোধিতা কৰি আন্দোলন ঘোষণা কৰে কংগ্ৰেছে। দলটোৱে ১৪ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ কৰিব এই প্ৰতিবাদ।

উল্লেখ্য যে, ইয়াৰ মাজতে আজি পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে পেট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 9 =

Back to top button