APSCAssamleatest updatenationalঅপৰাধঅসমদৈনিক বাতৰিভাৰত

ক্ষিপ্ৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত, SITএ তলব কৰিছে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়াক…

ক্ষিপ্ৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত

ক্ষিপ্ৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত

SITএ তলব কৰিছে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়াক

আজি SITৰ জিম্মাৰ ম্যাদ উকলিব ৱাহিদা বেগম, নন্দ বাবু সিঙৰ

নগাঁও কৰ সংমণ্ডলৰ কৰ অধীক্ষক আছিল ৱাহিদা বেগম

CIDৰ প্ৰাক্তন SP নিৰ্মল বৈশ্যৰ পত্নী কৰ অধীক্ষক ৱাহিদা বেগম

APSCৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং

SITৰ জিম্মাত আছিল দুই অভিযুক্ত বিষয়া

আজি পুনৰ SITএ দুয়োকে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা

আজিয়েই দুয়োকে পুনৰ হাজিৰ কৰোৱা হ’ব মুখ্য ন্যায়াধীশৰ আদালতত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.