leatest updateঅসমঅসম আৰক্ষী

মহানগৰীত মালবাহী ৰে’লৰ দবাত উদ্ধাৰ পোৱালিসহ ২০টাকৈ ম’হ।

গুৱাহাটীৰ পৰা ট্ৰাকযোগে লখিমপুৰলৈ নিয়াৰ পৰিকল্পনা ম’হকেইটা।

মহানগৰীৰ বি জি য়াৰ্ডত উদ্ধাৰ ম’হ। মালবাহী ৰে’লৰ দবাত উদ্ধাৰ কৰা হৈছে ম’হকেইটা। দিল্লীৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল ম’হকেইটাৰ। মালবাহী দবাটোত পোৱা গৈছে পোৱালিসহ ২০টাকৈ ম’হ। গুৱাহাটীৰ পৰা ট্ৰাকযোগে লখিমপুৰলৈ নিয়াৰ পৰিকল্পনা ম’হকেইটা।

082839 নম্বৰৰ পাৰ্চেল দবাত অনা হৈছে ম’হকেইটা। এ কে মণ্ডল এণ্টাৰপ্ৰাইজৰ নামত সৰবৰাহ কৰা হৈছিল ম’হকেইটা। ম’হকেইটা বৈধ নে অবৈধভাৱে সৰবৰাহ কৰিছে, তাৰ নথি-পত্ৰ বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.